--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমত হেভীৱেট নেতাৰ প্ৰচাৰ অভিযান অব্যাহত আছে৷ আজি তিনিটাকৈ স্থানত নিৰ্বাচনী ৰণডংকা বজাইছে প্ৰিয়ংকা গান্ধীয়েও৷ সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰিয়ংকাই৷ সৰুপথাৰত ৰ’জলীনা তিৰ্কীৰ হৈ প্ৰচাৰ চলায় প্ৰিয়ংকাই৷

আৰু পঢ়িব পাৰিব : হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো

নিৰ্বাচনী সভাত অংশ লৈ প্ৰিয়ংকাই বিজেপি মাফিয়াৰ দৰে চলিছে, অসমত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি কয়৷ তদুপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধন কৰাক লৈ কটাক্ষ কৰি নেত্ৰীগৰাকীয়ে কয় যে মহাভাৰততো মামা আছিল, অসমতো মামা আছে৷

আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই : পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

ইয়াৰ উপৰি কংগ্ৰেছৰ ৫টা গেৰাণ্টীৰ কথাও প্ৰচাৰ অভিযানত উল্লেখ কৰিলে প্ৰিয়ংকা গান্ধীয়ে৷ সভাত ‘কা’ বলবৎ হ’ব নিদিও বুলি মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অৱদানৰ কথাও দোহাৰে৷ তেওঁ কয়, ‘তৰুণ গগৈয়ে অসমৰ বাবে দিনে-নিশাই কাম কৰিছিল৷ বাট-পথ, দলঙৰ কাম গগৈয়ে আৰম্ভ কৰিছিল৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ