--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত ভিৰ বাঢ়িেছে কেন্দ্ৰীয় নেতাৰ। বিজেপিৰ দুই শীৰ্ষ নেতাই আজি নিৰ্বাচনী প্ৰচাৰ চলাব। পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷

আৰু পঢ়িব পাৰিব : ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

ৰাজ্যখনৰ কেইবাঠাইতো নিৰ্বাচনী প্ৰচাৰ চলাব দুয়োগৰাকী নেতাই৷ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে৷ লগতে ভূৱন পেগুৰ হৈ জোনাইতো প্ৰচাৰ চলাব৷ ওদালগুৰিতো এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকী শ্বাহে৷

আৰু পঢ়িব পাৰিব : ‘জয় আই অসম’ ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

তদুপৰি, টিংখাঙত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই৷ তিতাবৰ, বিহালীতো অংশ ল’ব নিৰ্বাচনী সভাত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ