--°C
Loading...
Listen to Article
2 min read
80%
৬ মে',২০২২, শুকুৰবাৰ 

মেষ : ঘৰত আত্মীয়ৰ সংযোগ ঘটিব। খৰচ বৃদ্ধি। জীৱ-জন্তুৰ পৰা সাৱধান। ভ্ৰমণত শুভ। পৰিয়ালত শান্তি। 

বৃষ: প্ৰেমত সুখী। কোনো মাংগলিক কৰ্মত ভাগ লবলৈ পাব। সামাজিক সচেতনতা বৃদ্ধি। পৰিয়ালত শুভ। স্বাস্থ্যক লৈ চিন্তা।

মিথুন: মনত শান্তি থাকিব। প্ৰেমত চঞ্চলতা বৃদ্ধি। পৰচৰ্চা নকৰিব। সন্তানক গুৰুত্ব দিয়ক। খৰচ বৃদ্ধি। 

কৰ্কট : খং এৰাই চলক। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। প্ৰেমত শান্তি। চিনেমা চোৱা হ'ব পাৰে। 

সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কামত দৃঢ়তা। খৰচ বাঢ়িব। প্ৰেমত কাজিয়া। 

কন্যা : আশা পূৰণৰ সংকেত। ভালকৈ এসাঁজ খাবলৈ পাব। পাৰিবাৰিক সংঘাত আঁতৰিব। ভ্ৰমণত মধ্যম। সন্তানৰ শুভ। 

তুলা :  আধ্যাত্মিক চিন্তাত ব্ৰতী। প্ৰেমত দূৰত্ব বৃদ্ধি। পৰিয়ালত অশান্তি। ৰোগৰ ভয় দূৰ হ'ব। খৰচ নিয়ন্ত্ৰণ।

বৃশ্চিক : যিকোনো কামত আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। নিশাৰ ভাতৰ নিমন্ত্ৰণ পাব পাৰে। প্ৰেমত বাধা। 

ধনু : কৰ্মত মন বহিব।কাকো মিছা নক’ব। ব্যৱসায়ত শুভ। পৰিয়ালত শান্তি ঘূৰি আহিব। 

মকৰ : সামাজিক মান বাঢ়িব। প্ৰেমত আনন্দ। শিক্ষাৰ্থীৰ শুভ। ৰোগমুক্ত হ'ব। কোনো লোকৰ প্ৰশংসা পাব। 

কুম্ভ : সামাজিক কাম কৰিবলৈ মন মেলিব। ব্যৱসায় ঠিকে-ঠাকে থাকিব। প্ৰেমত সংঘাত। স্বাস্থ্যক লৈ চিন্তা। 

মীন : সন্মান লাভৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। দাঁতৰ বিষে কষ্ট দিব পাৰে। চোৰৰ পৰা সাৱধান। ভ্ৰমণৰ যোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ