--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত সপ্তাহত ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পত শনিবাৰে নিহতৰ সংখ্যা ৩৩৫৪জনলৈ বৃদ্ধি পালে। 

ভূমিকম্পত বিধ্বস্ত ম্যানমাৰক সাহায্য আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ দেশসমূহক আহ্বান জনাইছে। আনহাতে, ইউ এছ এইডৰ বিষয়াসকলে কয় যে এটা মার্কিন সাহায্যকাৰী দল ভূমিকম্প- বিধ্বস্ত অঞ্চলটো গৈ পোৱাৰ পাছতেই তেওঁলোকে চাকৰি হেৰুওৱাৰ খবৰ লাভ কৰে। 

এই লৈ দেশখনত মার্কিন সাহায্যত বাধাই দেখা দিছে। ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পত ৪,৮৫০জন লোক আহত হৈছে আৰু। এতিয়াও ২২০জন লোক সন্ধানহীন হৈ আছে। 

ইফালে, ম্যানমাৰত হোৱা ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্রস্ত হোৱা মাণ্ডালয়ত ৰাষ্ট্ৰসংঘৰ সাহায্য দলৰ মুৰব্বী টম ফ্লেটছাৰ উপস্থিত হৈ বিধ্বস্ত দেশখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ আহ্বান জনায়। ম্যানমাৰ চুবুৰীয়া দেশ চীন, ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহে দেশখনক সাহায্য সামগ্রী যোগান ধৰাৰ লগতে উদ্ধাৰকাৰী দলো প্রেৰণ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি