--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ চাৰিখন ৰাজ্যত হ'ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে জনপ্রিয় টিভি ধাৰাবাহিক ‘ৰামায়ণ’ৰ তাৰকা অৰুণ গোৱিলে বিজেপিত যোগদান কৰিছে৷ বিজেপি দলৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী

তেওঁ কেৱল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰহে কৰিব৷ পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : আজি মনোনয়ন দিব হিমন্ত বিশ্ব শৰ্মাই : লগত থাকিব উত্তৰ-পূবৰ ৬জনকৈ মুখ্যমন্ত্ৰী !

১৯৮৭–৮৮ত বাল্মিকীৰ ৰামায়ণ আৰু তুলসী দাসৰ ‘ৰামচৰিত মানস’ৰ আধাৰত নির্মাণ কৰা এই ধাৰাবাহিকখনত ৰামৰ চৰিত্রত অভিনয় কৰিছিল গোৱিলে৷ গোৱিলে ৰামায়ণ ধাৰাবাহিকৰ উপৰি কেইবাখনো হিন্দী ছবিত অভিনয়ো কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ