--°C
Loading...
Listen to Article
2 min read
80%

বিহপুৰীয়া : বিহপুৰীয়া সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সকলো ৰাজনৈতিক দলক তীব্ৰ প্ৰত্যাহবান জনাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে ৷ এনে সময়তেই বিহপুৰীয়াত প্ৰচাৰত নামিল পৰিল অভিনেতা যতীন বৰা৷ ডঃ অমিয় কুমাৰ ভূঞাৰ হৈ আজি প্ৰচাৰ চলায় যতীন বৰাই ।

আৰু পঢ়িব পাৰিব : আম্বানীৰ জীৱনলৈ ভাবুকিৰ ঘটনা : পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

বৰবালি গাঁও পঞ্চায়তৰ লগতে সমষ্টিটোৰ, গাঁৱে-ভূঁৱে, পদূলিয়ে পদূলিয়ে ডঃ ভূঞাৰ সপক্ষে ভোট বিচাৰি অভিনেতাগৰাকীয়ে প্ৰচাৰ অভিযান চলায়৷ প্ৰচাৰ অভিযান কালত যতীন বৰাই কবিতাৰ ভাষাৰে কয় যে-‘ পদুমৰ পাহি পাহি ভোট দিব হাঁহি হাঁহি, ভোট দিব কেনেকৈ, পদুম ফুলত চাপ মাৰি ৷

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

আনহাতে কংগ্ৰেছৰ অপশাসনত ৰাইজ অতিষ্ঠ হৈ পৰিছে’- বুলিও মন্তব্য তেওঁৰ৷ আনহাতে কংগ্ৰেছে নোৱাৰা কাম ৫ বছৰত বিজেপিয়ে কৰি দেখুৱাইছে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে৷ মহাজোঁটে একো ক্ষতি কৰিব নোৱাৰে বুলিও যতীন বৰাই উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ