--°C
Loading...
Listen to Article
2 min read
80%

কৰিমগঞ্জঃ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কৰিমগঞ্জৰ ভাটগ্ৰামৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী। সভাত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আৰু পঢ়িব পাৰিব : ‘অজাপ বিজেপিৰ বি’টিম’ – মন্তব্য দলত্যাগী নেতাৰ !


ভাষণৰ আৰম্ভণিতে কৰিমগঞ্জবাসীক ‘নমস্কাৰ কৰিমগঞ্জ’-বুলি বাংলাতে সম্বোধন কৰে মোদীয়ে। সুভাষ চন্দ্ৰ বসু, লাচিত বৰফুকনৰ বীৰত্বক স্মৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ‘মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত ৰাজ্যত বিকাশৰ ধাৰা বৈছে’- বুলিও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। দৌল উৎসৱ, বাঙালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !


বৰাকত মিনি ছেক্ৰেটেৰিয়েট স্থাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীগৰাকীৰ। মীন পালনৰে অসমক স্বাৱলম্বী কৰাৰ আশ্বাস মোদীৰ। লগতে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, ‘বৰাক উপত্যকাক বিকশিত কৰিছে এনডিএ চৰকাৰে’। বৰাকত ৰে’ল সেৱাও উন্নত হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমৰ চাহৰ প্ৰসংগতো তেওঁ মন্তব্য আগবঢ়ায়। লাখ লাখ লোকক ভূমিপট্টা বিজেপি চৰকাৰে প্ৰদান কৰাৰ কথা ব্যক্ত কৰাৰ লগতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ