--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেকেৰ মৃত্যুৰ লগে-লগে এতিয়া পোহৰলৈ আহিছে নানান কথা। গায়কজনৰ স্বাভাৱিক মৃত্যু হোৱা বুলি এতিয়া পোহৰলৈ আহিছে যদিও বহুতো লোকে এতিয়া এই মৃত্যুক সহজভাৱে লব পৰা নাই। বিষাদসিক্ত হৈ পৰিল চৌপাশৰ পৰিৱেশ। আকুল জনতাৰ কান্দোনৰ ৰোল উঠিল। এনে মৃত্যু কেনেকৈ সম্ভৱ, সেই প্ৰশ্নই এতিয়া অনুৰাগীক খুলি-খুলি খাইছে। এটা উত্তাল উজ্জীৱিত সংগীতা অনুষ্ঠান অকলে চম্ভালি, এটা-এটাকৈ মুঠ ২০ টা গীত গাই শ্ৰোতাক আপ্লুত কৰি পিছমুহূৰ্ততে এজন ৫৪ বছৰীয়া সুঠাম যুৱকৰ কেনেকৈ মৃত্যু হব পাৰে।  


সাধাৰণতে মানুহৰ শিল্পী হৈ থকা গায়ক, অভিনেতাসকলে বহু সময়ত পাহৰি পেলাই নিজক যতন লবলৈ। স্বাধীন হৈ থাকিব বিছৰা শিল্পীসকলে মানুহৰ মাজতে বিলীন হৈ থাকিব বিছাৰে। সকলোৱে এতিয়া কৱ খোজে যে, শিল্পীসকলেও তেওঁলোকৰ দেহৰ যতন লব লাগে, এইক্ষেত্ৰত কেকেৰ আকস্মিক বিয়োগো মানুহৰ মাজত অনেক প্ৰশ্ন উত্থাপন কৰিছে। যদি কেকে অলপো যদি নিজৰ কথা ভাবিলে হয়, তেওঁ নিশ্চিতভাৱে মৃত্যুৰ পৰা ৰক্ষা পৰিল হয়। বিকল এচি, অতিৰিক্ত জনসমাগম এই দিশবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল শিল্পীজনে, যিটো তেওঁ নকৰিলে।

বহুসময়ত এই শিল্পীসকলে তেওঁলোকৰ অনুৰাগীৰ কথা ভাবি, অনিচ্ছা স্বৰ্তেও গীত বা অনুষ্ঠান পৰিৱেশন কৰিব লগা হয়। এটাসময়ত অমিতাভ বচ্চনো বহুবাৰ চিকিৎসকৰ কাষ চাপিব লগা হৈছিল। সাধাৰণতে দেখা যায় যে, গায়ক শিল্পীসকলৰ তুলনাত খেলুৱৈসকলে যথেষ্ট শাৰীৰিক অনুশীলন কৰে, যিটো শিল্পীসকলৰ মাজত অভাৱ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ