--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অসবৰ্ণ বিবাহেই কাল হ’ল ২৩ বছৰীয়া নীৰজৰ। অন্য জাতিৰ ছোৱালীক প্ৰেমৰ সম্পৰ্কৰে বিয়া কৰোঁৱাৰ পাছত ছোৱালীৰ ভায়েকৰ ছুৰিকাঘাতত প্ৰাণ হেৰুৱালে ২৩ বছৰীয়া যুৱকজনে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত। বিগত তিনিদিনৰ ভিতৰত ‘ডিছঅনাৰ কিলিং’ৰ এয়া দ্বিতীয়টো ঘটনা পোহৰলৈ আহিল ৰাজ্যখনত।

আৰু পঢ়িব পাৰিব : শাসনলৈ আহি সাৰদা, ৰ’জভেলীৰ ফাইল খুলিব ৰূপজ্যোতিয়ে!

ভগ্নীৰ অসবৰ্ণ বিবাহক লৈ অসন্তুষ্ট ভাতৃয়ে প্ৰাণ কাঢ়িলে ভগ্নীৰ স্বামীৰ। ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে শেষনিশা পানীপটৰ ব্যস্ত বজাৰ এলেকাত। চিচি টিভিত হত্যাকাৰীজন পলাই যোৱাৰ দৃশ্য বন্দী হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে যদিও নীৰজক ছুৰিকাঘাতেৰে হত্যা কৰা লোকজনক আৰক্ষীয়ে সোধাপোচা কৰা নাই। লোকজনে নীৰজক কেইবাৰো ছুৰিৰে আঘাত কৰিছিল বুলি জানিবপৰা গৈছে।

আৰু পঢ়িব পাৰিব : হৃদৰোগ : স্বাস্থ্য সুস্থিৰ যদিও নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত গাংগুলী

নীৰজৰ জ্যেষ্ঠ ভাতৃ জগদীশে দাখিল কৰা অভিযোগত প্ৰকাশ কৰিছে যে, অভিযুক্ত লোকজনে ঘটনাটো সংঘটিত হোৱাৰ কিছুসময় পূৰ্বে নীৰজক ফোন কৰি লগ পাবৰ বাবে মাতিছিল। লোকজনে আনকি তেওঁৰ ভগ্নীলৈকো ফোন কৰি কৈছিল যে, ‘তুমি সোনকালেই কান্দিব লাগিব।’ লোককেইজনে পূৰ্বৰে পৰাই নীৰজক ভীতি-ভাবুকি প্ৰদৰ্শন কৰি অহা বুলিও প্ৰকাশ কৰিছে অভিযোগত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ