--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰ্তমান AMCHৰ অতি বিশেষ সেৱা বিভাগত (ICU) চিকিৎসাধীন হৈ থকা উদ্ধৱ ভৰালীৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে সুস্থিৰ বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: লখিমপুৰত এক ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈছে বিশিষ্ট উদ্ভাৱক তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালী। নিজৰ ব্যক্তিগত বাহনেৰে লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ বাবে বাহনখনৰ নিয়ন্ত্ৰণ হেৰাই যায় আৰু পথৰ দাঁতিত ৰৈ থকা আন এখন বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।


দুৰ্ঘটনাটোৰ পিছতেই তেওঁক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বাবে চিকিৎসকে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (AMCH) স্থানান্তৰ কৰে।


বৰ্তমান এ.এম.চি.এইচ.-ৰ অতি বিশেষ সেৱা বিভাগত (ICU) চিকিৎসাধীন হৈ থকা উদ্ধৱ ভৰালীৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে সুস্থিৰ বুলি জানিব পৰা গৈছে। যদিও তেওঁ পিঠিত কিছু বিষ অনুভৱ কৰিছে, তথাপিও বৰ্তমান তেওঁৰ স্বাস্থ্যক লৈ শংকামুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান