--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ অশান্ত পৰিস্থিতি অতিক্ৰম কৰিবনে পাকিস্তানে? নিৰ্বাচন শেষ হোৱাৰ পিছতো আসন দখলক লৈ উত্তেজনা সৃষ্টি হৈছিল। অৱশেষত সেই জল্পনা-কল্পনা শেষ হ’ব ধৰিছে।

নৱাজ শ্বৰীফৰ পিএমএল-এনৰ সৈতে হাতে হাত ধৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে পিপিপিয়ে। মঙলবাৰে নিশা বিলালে সাংবাদিকৰ মুখামুখি হয় আৰু এফালে শ্বাহবাজ আৰু আনফালে পিতৃ আছিফ জৰ্দাৰী। তাতে তেওঁ পিএমএল-এনক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰিও শ্বাহবাজ প্ৰধানমন্ত্ৰী আৰু আছিফ জাৰ্দাৰী ৰাষ্ট্ৰপতি হ’ব বুলি খবৰ পোৱা গৈছে। শ্বাহবাজৰ দলে তাত ৰাষ্ট্ৰপতি পদৰ বাবে আছিফ জৰ্দাৰীক সমৰ্থন কৰিছিল। ঠিক যেনেকৈ বিলাল শ্বাহবাজক প্ৰধানমন্ত্ৰীয়ে মানি লৈছিল।

কাষতে বহি থকা শ্বাহবাজে এই কথাত সন্মতি দিলে। ভৱিষ্যতৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে ইমৰাণৰ পিটিআই আৰু চুন্নী ইত্তহাদ কাউন্সিলে প্ৰয়োজনীয় সংখ্যাত উপনীত হ’ব নোৱাৰিলে যদিও তেওঁলোকে লাভ কৰিলে।

৮ ফেব্ৰুৱাৰীত পাকিস্তানত এই নির্বাচনৰ ফলাফল প্রকাশ কৰা হৈছিল৷দেখা হৈছে যে পিএমএল-এনে ৭৫খন আসন, পিপিপিয়ে ৫৪খন আসন লাভ কৰিছিল৷ আৰু সকলো পিছ পৰি ৰৈ গ’ল ইমৰাণৰ দল পিটিআইৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত। মুঠ ৯৩খন আসন লাভ কৰে ইমৰানৰ দলৰ  সমৰ্থিত প্ৰাৰ্থীয়ে। ফলত কোনো দলেই অকলে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাছিল।

কিন্তু মঙলবাৰে নিশা স্পষ্ট হৈ পৰিল যে পিপিপি আৰু পিএমএল-এনে মিত্ৰতাৰে চৰকাৰ গঠন কৰিবলৈ ওলাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট