--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিলাখনৰ কৰ্দৈগুৰি, টেকেৰী, কাকপথাৰ আৰু পেঙেৰী অঞ্চলৰ একাংশ যুৱক হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হোৱা খবৰে উদ্বিগ্ন কৰিছে আত্মীয়ক৷

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক৷ ঘৰৰ পৰা নোহোৱা হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। জিলাখনৰ কৰ্দৈগুৰি, টেকেৰী, কাকপথাৰ আৰু পেঙেৰী অঞ্চলৰ একাংশ যুৱক হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হোৱা খবৰে উদ্বিগ্ন কৰিছে আত্মীয়ক৷ 


Prag Newsৰ হাতত পৰা তথ্য অনুসৰি কৰ্দৈগুৰিৰ চাৰিজন যুৱক লক্ষ্যজিত মৰাণ, বিপ্লৱ মৰাণ, হাতী মৰাণ, নিপু বৰুৱাই দূৰ্গাপূজা চাবলৈ ঘৰৰ পৰা ওলাই আহি আজিলৈকে ঘৰলৈ ঘূৰি যোৱা নাই।


ইপিনে পেঙেৰীৰ টেকেৰী গাঁৱৰ গৌৰাঙ্গ বৰুৱা, উপজিত মৰাণ, গুণিত্ব বৰুৱা, বিচিত্ৰ বৰুৱা, সত্য ভাট্ৰা নামৰ পাঁচগৰাকী যুৱক সন্ধানহীন হৈ আছে।


এই টেকেৰী গাঁৱৰ পাঁচজন যুৱকৰ বিগত পোন্ধৰ দিনে সন্ধান নাই।


চোৰাংচোৱাৰ তথ্য অনুসৰি সন্ধানহীন এই ৯ যুৱকে নিষিদ্ধ সংগঠন আলফা স্বাধীনত যোগদান কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ