--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষে। চিপিআই(এম)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব জেএনইউৰ ছাত্ৰীগৰাকী। উল্লেখ্য যে, জেএনইউৰ চৌহদত যোৱা বছৰৰ জানুৱাৰী মাহত শিক্ষাৰ্থী আৰু শিক্ষকৰ ওপৰত চলা নৃশংস আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ঐশী ঘোষ।

আৰু পঢ়িব পাৰিব : মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

শেহতীয়াকৈ বিজেপি-আৰএছএছৰ ৰাজনীতিৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাজপথত নামি প্ৰতিবাদ কৰা ছাত্ৰীগৰাকীয়ে জামুৰিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে। জেএনইউৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ঐষী ঘোষেই হ’ব প্ৰথম। চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীক সংযুক্ত মৰ্চায়ো সমৰ্থন জনাইছে।

আৰু পঢ়িব পাৰিব : ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া

তেওঁ টুইযোগে সদৰি কৰিছে যে, ‘মই সংযুক্ত মৰ্চাৰ সমৰ্থনত চিপিআই(এম)ৰ প্ৰাৰ্থী হিচাপে জামুৰিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ম। সকলোৰে সমৰ্থন বিচাৰিলোঁ।’ দুৰ্গাপুৰৰ বাসিন্দা ২৫ বছৰীয়া ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ স্কুল অব ইণ্টাৰনেচনেল ৰিলেচনত গৱেষণা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ