--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে এক সংবাদমেল সম্বোধন কৰে৷ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়ৰ পলিং হ'ব ২৭ মাৰ্চত৷ এইবাৰ অসমত ২,৩১,৮৬,৩৬২ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব আগন্তুক জনপ্ৰতিনিধিৰ ভাগ্য৷

আৰু পঢ়িব পাৰিব : অসমৰ ৰাজনীতিতো তেজস্বী যাদৱ! বিৰোধী মহাজোঁটৰে চামিলৰ সম্ভাৱনা

ইয়াৰে পুৰুষ ভোটাৰ ১,১৭,৪২,৬৮১ গৰাকী, মহিলা ভোটাৰ ১,১৪,৪৩,৬৮১ গৰাকী, তৃতীয় লিংগৰ ভোটাৰ ৪৪২ গৰাকী আৰু ডি ভোটাৰ ১,০৮,৫৯৬ গৰাকী৷ ইপিনে এখন থানাৰ অন্তৰ্গত ১,০০০ তকৈ অধিক থকা লোকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৩৩,৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে৷

আনহাতে, নিৰ্বাচন সম্পৰ্কীয় যি কোনো তথ্যৰ বাবে ১৯৫০ টল ফ্ৰী নাম্বাৰ মুকলি কৰাৰ কথাও সদৰী কৰিছে নিৰ্বাচন আয়োগে৷ লগতে ক'ভিডৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰতিটো ভোটকেন্দ্ৰত চাবোন আৰু চেনীটাইজাৰৰ ব্যৱস্থা থাকিব৷

আৰু পঢ়িব পাৰিব : ডিগবৈত কৰ’নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

প্ৰথমবাৰৰ বাবে তিনি শ্ৰেণীৰ লোকক পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে৷ কভিড পজিটিভ, ৮০ বছৰ উৰ্ধৰ আৰু দিবাংগ্যসকলক পোষ্টেল ভোটৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ ইয়াৰোপৰি কেৱল পাঁচজনহে প্ৰচাৰ চলাবলৈ ঘৰে ঘৰে যাব পাৰিব৷ নিৰ্বাচনৰ বাবে ৪০ টা কোম্পানীৰ অনুমোদন পাইছে যদিও আৰু বিচাৰিছে অসম আৰক্ষীয়ে। ৩৫২৫ টা কেন্দ্ৰ অতিৰিক্তভাৱে বনোৱা হৈছে ভোটাৰৰ সুবিধাৰ্থে৷ ২,৪১,০০০ লোক জড়িত থাকিব এইবাৰৰ নিৰ্বাচনত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ