--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিশ্বৰ বহুকেইখন দেশে যিসময়ত দেশৰ জনসংখ্য়াক সামৰিব পৰাকৈ ভেকচিন সংগ্ৰহ কৰিবলৈ যুঁজ কৰিবলগীয়া হৈছে, সেই সময়তে ভাৰতত দেখা গৈছে এখন বিপৰীত ছবি৷ দেশত বৰ্তমানে ভালেসংখ্য়ক প্ৰতিষেধক মজুত আছে যদিও এই প্ৰতিষেধক ল'বলৈ অভাৱ ঘটিছে মানুহৰ৷

আৰু পঢ়িব পাৰিব : মুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!

প্ৰথম পৰ্যায়ত প্ৰতিষেধক লোৱাৰ বাবে নিৰ্বাচিত বহুতেই ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই৷ ভাৰতে বিশ্বৰ অন্যতম বৃহৎ টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ সময়তে কিছুমান স্বাস্থ্যকৰ্মীয়ে এতিয়াও তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ নোহোৱা ভেকচিনৰ সুৰক্ষাক সন্দেহৰ আৱৰ্তত ৰাখিছে।

আৰু পঢ়িব পাৰিব : সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

সোমবাৰলৈকে, প্ৰতিষেধক গ্ৰহণৰ বাবে নিৰ্বাচিত লোকসকলৰ কেৱল ৫৬% লোকেহে ভেকচিন গ্ৰহণ কৰিছে৷ যদিহে টিকাকৰণৰ হাৰ বৃদ্ধি নহয়, ভাৰতে জুলাইৰ ভিতৰত ৩০০ নিযুত লোকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰপৰা যথেষ্ট পিছ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ