--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ২৯ জুলাইত ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল আনিছিল ভাৰতে।

আৰু পঢ়িব পাৰিব : বিছু ডিমাৰ আনন্দৰ মাজতে দুজনক গুলিয়াই হত্যা দুৰ্বৃত্তৰ !

তাৰ পাছতে ৫ নৱেম্বৰত পুনৰ ভাৰতলৈ তিনিখন ৰাফেল আহি পাইছিল। বুধবাৰে আহি পোৱা তিনিখন ৰাফেলৰ পাছতে ভাৰতৰ বায়ু সেনাত চামিল হোৱা মুঠ ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা হ'লগৈ ১১খন।

আৰু পঢ়িব পাৰিব : প্ৰতিষেধক আছে পৰ্যাপ্ত, কিন্তু লওঁতাই পিছ হুঁহকিছে ভাৰতত

উল্লেখ্য যে, ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰত চৰকাৰে। ২৩ বছৰে পূৰ্বে ভাৰতে প্ৰথম ক্ৰয় কৰিছিল যুঁজাৰু বিমান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ