--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছৌদি আৰৱত অনুষ্ঠিত হ’ব ২০৩৪ চনৰ বিশ্বকাপ। শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াই বিশ্বকাপ আয়োজনৰ দৌৰৰ পৰা আঁতৰি অহাৰ লগে লগে ছৌদি আৰৱৰ হাতত আন কোনো প্ৰতিদ্বন্দ্বী নাই। এইবাৰ কেৱল ছীল মোহৰৰ বাবে অপেক্ষা।

১১ বছৰৰ পাছত বিশ্বকাপ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰবে আবেদন কৰিছিল। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ‘ভিজন ২০৩০’ নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। তেওঁ বিশ্বকাপ আয়োজনৰ বাবে সকলো আন্তঃগাঁথনি সৃষ্টি কৰিব বিচাৰে। ছলমানে এখন সুকীয়া চহৰ নিৰ্মাণ কৰিব বিচাৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বকাপ তাতেই আয়োজন কৰা হ’ব। ইয়াৰ বাবে ১ কোটি টকা আবণ্টন দিয়া হৈছে।

ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে ছৌদি আৰবে বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ অলপ শিথিল হ’ব বিচাৰিছে। উদাহৰণস্বৰূপে ২০২২ চনত কাটাৰত মদ নিষিদ্ধ কৰা হৈছিল। কিন্তু চৌদি আৰৱত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়ত অনুৰাগীয়ে সুৰাপান কৰিব পাৰে। এইটো পৰিকল্পনা কৰা হৈছে যাতে সমগ্ৰ বিশ্বৰ পৰা অনুৰাগীসকল তালৈ আহে।

যোৱা কেইবছৰমানৰ পৰা এছিয়াৰ অন্যতম শক্তিশালী ফুটবল ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ছৌদি আৰব। বিশ্বকাপ চেম্পিয়ন আৰ্জেণ্টিনাক মাত্ৰ এটা গ’লত পৰাস্ত কৰিছে কাটাৰে। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দৰে তাৰকাই চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলে। পিছলৈ কৰিম বেনজেমা, নেইমাৰৰ দৰে ফুটবলাৰো সেই দেশলৈ গৈছিল। এইবাৰ তেওঁলোকে আয়োজন কৰিব বিশ্বকাপ। সেই লক্ষ্যৰ দিশে আগবাঢ়িছে ছৌদি আৰব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ