--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত শান্তি এতিয়া সুদূৰপৰাহত নহয়। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যা ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহাৰ ইংগিত পোৱা গৈছে। কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ সলনি হোৱা জম্মু-কাশ্মীৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল এতিয়া নিৰাপত্তা বিহিনীৰ অভেদ্য দুৰ্গত পৰিণত হৈছে। ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে সুখবৰ।

আৰু পঢ়িব পাৰিব : জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দিয়া তথ্য অনুসৰি ২০২০চনত কেন্দ্ৰীয়শাসিত প্ৰদেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ পূৰ্বৰ বছৰৰ তুলনাত ৬৩.৯৩ শতাংশলৈ হ্ৰাস পাইছে। ২০১৯ চনৰ তুলনাত ২০২০চনৰ নৱেম্বৰ মাহলৈ এনে ঘটনা লক্ষ্যণীয়ভাৱে হ্ৰাস হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

আৰু পঢ়িব পাৰিব : ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে কেপ্তেইন জয়াৰ বিমানে

মন্ত্ৰণালয়ে লগতে দিয়া তথ্য অনুসৰি বিগত বছৰটোত সামৰিক বাহিনীৰ লোকৰ মৃত্যুৰ হাৰো ২৯.১১শতাংশলৈ হ্ৰাস পাইছে। যোৱা বছৰৰ ১৫ নৱেম্বৰলৈ অসামৰিক লোক তথা সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে ১৪.২৮ শতাংশলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ