--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ অসম চুক্তি ৰূপায়ণ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি কয় অগপৰ নেতৃত্বই৷ ৬নং দফা কাৰ্যকৰী কৰাৰ কথা উল্লেখ আছে যদিও 'কা' স্থিতি সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰা পৰিলক্ষিত নহ’ল ইস্তাহাৰত৷

আৰু পঢ়িব পাৰিব : অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি

চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে ইস্তহাৰত৷ নিবনুৱা সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিলেও কিন্তু চৰকাৰী চাকৰি কিমান দিয়া হ'ব কোনো সংখ্যা উল্লেখ নাই৷

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

ইস্তহাৰ মুকলি অনুষ্ঠানত সাংসদ বীৰেণ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, মনোজ শইকীয়াসহ কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে৷ আগন্তুক প্ৰথম পৰ্যায়ৰ নির্বাচনত অগপ দলে আটাইকেইখন আসন লাভ কৰিব বুলি মত প্ৰকাশ দলৰ নেতৃত্বৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক