--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি বলিউডৰ এটা খবৰক লৈ ছ’চিয়েল মিডিয়াত তোলপাৰ লাগিছে। বলীউডৰ ভাইজান খ্যাত ছলমানে মিজৰ এটা শ্বৰ বাবে নিৰ্বাচন কৰিছে প্ৰয়াত সুশান্ত সিং ৰাজপুটৰ প্ৰাক্তন প্ৰেমিকাক। ভাইজানে অভিনেত্ৰীগৰাকীক এদিনৰ বাবে ৫কোটি টকা পাৰিশ্ৰমিক দিব বুলিও খবৰ ওলাইছে। এই খবৰ পোহৰলৈ অহাৰ পাছতে সকলোৰে মাজত হৈ চৈ লাগিছে। ছলমানক লৈ প্ৰশ্নও উঠা দেখা গৈছে।

দৰাচলতে, ছলমান খানৰ 'বিগ বছ -১৫' অতি সোনকালেই আৰম্ভ হোৱাৰ কথা। এই অনুষ্ঠানটোৰ প্ৰতিযোগী হিচাপে ৰিয়া চক্ৰৱৰ্তীক বিচাৰিছে ভাইজানে। আৰু অভিনেত্ৰীগৰাকীক  বিগ বছৰ প্ৰতিটো খণ্ডৰ বাবে ৫ কোটি টকা পৰিশোধ কৰা হ'ব। অন্তত দুসপ্তাহৰ বাবে বিগ বছৰ ছেটলৈ অনা হ'ব ৰিয়াক। 

খবৰ পোহৰলৈ অহাৰ পাছৰে পৰা, সুশান্ত সিং ৰাজপুটৰ অনুৰাগীসকলৰ মাজত যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে এই বিষয়ে এতিয়া আলোচনা আৰম্ভ কৰিছে। প্ৰতিটো খণ্ডৰ বাবে বিগ বছে  তেওঁক পৰিশোধ কৰা ধনৰ পৰিমাণৰ বিষয়েও চলিছে চৰ্চা। অৱশ্যে, বিগ বছৰ এই ছিজনত, অভিনেত্ৰীগৰাকীৰ বাহিৰে, আন বহুতো প্ৰতিযোগী থাকিব। তেওঁলোকৰ সকলোৰে দৰে, ৰিয়া চক্ৰৱৰ্তীকো বিভিন্ন ধৰণৰ কাম দিয়া হ'ব। আন প্ৰতিযোগীৰ দৰে ৰিয়াইয়ো কামটো সম্পূৰ্ণ কৰিব লাগিব। লক্ষণীয় যে, চলিত বৰ্ষৰ  ২ অক্টোবৰৰ পৰা বিগ বছৰ পৰৱৰ্তী ছিজন আৰম্ভ হ'বলৈ গৈ আছে। বিগ বছৰ অগণন অনুৰাগীয়ে এতিয়া অধিৰ আগ্ৰহেৰে সেই দিনটোলৈ বাট চাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ