--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : শনিবাৰে কংগ্ৰেছে ঘোষণা কৰিলে ৪০ জনীয়া প্ৰাৰ্থী তালিকা৷ তালিকাত সন্নিবিষ্ট কৰা নামসমূহ হৈছে-

ঢেকীয়াজুলীৰ বেণুধৰ নাথ, বৰচলাৰ ৰামপ্ৰসাদ শৰ্মা৷ সৰ্বানন্দ সোণোৱালক কংগ্ৰেছৰ হৈ মাজুলীত প্ৰতিদন্দ্বীতা কৰিব প্ৰাক্তনমন্ত্ৰী ৰাজীৱ লোচন পেগুৱে৷ তেজপুৰৰ অনুজ কুমাৰ মেচ, ৰঙাপাৰাৰ অভিজিত হাজৰিকা, চতিয়াৰ প্ৰাণেশ্বৰ বসুমতাৰী, বিশ্বনাথৰ অঞ্জন বৰা, গহপুৰৰ ৰিপুন বৰা, বটদ্ৰৱাৰ শিৱমণি বৰা, ৰূপহীহাটৰ নুৰুল হুদা৷

আৰু পঢ়িব পাৰিব :আজি অগপই ঘোষণা কৰিব বহু প্ৰতাক্ষিত প্ৰাৰ্থীৰ তালিকা

আনহাতে চামগুৰিত প্ৰাৰ্থিত্ব কৰিব ৰকিবুল হুছেইনে৷ কলিয়াবৰৰ প্ৰশান্ত কুমাৰ শইকীয়া, সৰুপথাৰৰ ৰোজলীনা তিৰ্কী, বিতোপন শইকীয়া গোলাঘাটৰ, বিস্মিতা গগৈ খুমতাইৰ, বণি হাজৰিকা দেৰগাঁৱৰ, ৰাণা গোস্বামী যোৰহাটৰ৷ মৰিয়নীত খেলিব ৰূপজ্যোতি কুৰ্মী, পল্লৱী গগৈ টীয়কত, অংকিতা দত্ত আমগুৰিত, দেৱব্ৰত শইকীয়া নাজিৰাত, সুৰুয দিহিঙীয়া মাহমৰাত, সুশীল কুমাৰ চুৰী সোণাৰিত, সুশান্ত বৰগোহাঁই থাওৰাত, সুভ্ৰমিতা গগৈ শিৱসাগৰত, ভূপেন কুমাৰ বৰা বিহপুৰীয়াত, জয় প্ৰকাশ লখিমপুৰত, শৈলেন সোণোৱাল ধেমাজিত, হেমহৰি প্ৰসন্ন পেগু জোনাইত, প্ৰাঞ্জল ঘাটোৱাৰ মৰাণত,

আৰু পঢ়িব পাৰিব :৪০ টকা গ’ল, ৮০ লাখ আহিলঃ বংগৰ শ্ৰমিকৰ কপাল ফুলিল

ৰাজকুমাৰ নীলনেত্ৰ নেওগ ডিব্ৰুগড়ত, মনোজ ধনোৱাৰ লাহোৱালত, ধ্ৰুৱ গগৈ দুলীয়াজানত, এটোৱা মুণ্ডা টিংখংত, প্ৰণতি ফুকন নাহৰকটীয়াত, অজয় ফুকন চাবুৱাত, শিৱনাথ চেতিয়া ডিগবৈত, মনোৰঞ্জন বৰগোহাঁই মাৰ্ঘেৰিটাত, দুৰ্গা ভূমিজ ডুমডুমাত আৰু লক্ষীন চেতিয়াই কংগ্ৰেছৰ হৈ খেলিব শদিয়াত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ