--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল অনুষ্ঠিত হয়৷ সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ৷ অগপৰ ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায়ৰ আহ্বান ৰঞ্জিত দাসৰ৷ ইউপিপিএলৰ ৮টা সমষ্টিতো বিজেপি কৰ্মীক সহায়ৰ আহ্বান জনায় তেওঁ৷ বিজেপিৰ প্ৰাৰ্থীকো অগপ- ৰঞ্জিতক সহায়ৰ আহ্বান অতুল বৰাৰ৷

আৰু পঢ়িব পাৰিব : নিউয়ৰ্কত প্ৰিয়ংকাই মুকলি কৰে ভাৰতীয় ৰেষ্টুৰেণ্ট ‘ছ’না’

মনত ভেদভাৱ নাৰাখিব, ক্ষোভ নাৰাখিব বুলিও মন্তব্য আগবঢ়ায় বৰাই৷ একেই আহ্বান ইউ পিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ৷বিয়লি ঘোষণা হ’ব অগপ- ইউ পিপিএলৰ প্ৰাৰ্থী তালিকা৷ আনহাতে অতুল বৰাৰ বাসগৃহত বিজেপি কৰ্মীয়ে ভিৰ কৰে৷ অতুল বৰাক সাক্ষাৎ টীয়কৰ বিজেপি নেতা যদুনাথ বুঢ়াগোহাঁইৰ৷

আৰু পঢ়িব পাৰিব : সৰ্বানন্দক মাজুলীত প্ৰতিদন্দ্বীতা কৰিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে

বিজেপিয়ে টীয়ক অগপক এৰি দিয়াত এই সাক্ষাৎ কৰে যদুনাথে৷ অগপত যোগদানেৰে প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা যদুনাথৰ৷ পূব গোৱালপাৰাৰ বিজেপিৰ প্ৰাৰ্থী দীপক ৰাভাও বৰাৰ গৃহত উপস্থিত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ