--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যদি আপুনি ভাবে যে টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰে আন কোনো কাম নাই, তেন্তে আপুনাৰ ধাৰণা ভুল। কাৰণ চুইচবৰ্ড পৰিষ্কাৰ কৰাত টুথপেষ্ট অতি উপযোগী

ডিজিটেল ডেস্কঃ আজিকালি সকলোৱে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিদিনে বা সপ্তাহত যেতিয়াই সময় পাই তেতিয়াই ঘৰৰ প্ৰতিটো বস্তু চাফা কৰা হয় কিন্তু চুইচ বৰ্ড চাফা কৰাৰ পৰা বিৰত থাকে।


বহুদিন চাফা নকৰাৰ বাবে ই অতি লেতেৰা হৈ পৰে । যদি আপুনিও চুইচ বৰ্ডৰ ৰক্ষণাবেক্ষণৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু আপোনাৰ ঘৰৰ বৰ্ডখননো ক'লা দাগ পৰে, তেন্তে আমি আপোনাক এনে কিছুমান প্ৰতিকাৰৰ কথা আলোচনা কৰিম, যাৰ দ্বাৰা আপোনাৰ ঘৰৰ বৰ্ডখন মাত্ৰ ৫ মিনিটৰ ভিতৰতে নতুন যেন দেখাবলৈ আৰম্ভ কৰিব...


চুইচ বৰ্ড পৰিষ্কাৰ কৰাৰ আগতে এই কামটো কৰক


যদি আপুনি ক'লা আৰু লেতেৰা চুইচ বৰ্ডখন চাফা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে ঘৰৰ বিদ্যুৎ কৰ্তন কৰক অৰ্থাৎ পাৱাৰ চাপ্লাই বন্ধ কৰক। এই বিষয়ে ঘৰৰ আন সদস্যসকলক জনাওক, নহ’লে কাম কৰি থাকোঁতে যদি কোনোবাই ভুলতে বিদ্যুৎ সক্ৰিয় কৰে, তেতিয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা হ’ব। গতিকে চাফা কৰাৰ আগতে এইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে।


টুথপেষ্টেৰে চুইচবৰ্ডখন জিলিকাব পাৰে


যদি আপুনি ভাবে যে টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰে আন কোনো কাম নাই, তেন্তে আপুনাৰ ধাৰণা ভুল। কাৰণ চুইচবৰ্ড পৰিষ্কাৰ কৰাত টুথপেষ্ট অতি উপযোগী । আপোনাৰ ঘৰৰ ক’লা হৈ পৰা চুইচব’ৰ্ডখন টুথপেষ্টেৰে পৰিষ্কাৰ কৰক। ই ফলকবোৰৰ পৰা দাগবোৰ আঁতৰাই জিলিকি উঠিব।


এইদৰে চুইচবৰ্ড পৰিষ্কাৰ কৰক


১)চুইচবৰ্ড চাফা কৰাৰ আগতে এটা পাত্ৰ লওক।

২)এই পাত্ৰটোত ৩-৪ চামুচ টুথপেষ্ট আৰু ২ চামুচ বেকিং চোডা মিহলাই লওক।

৩)এতিয়া কেইটোপালমান পানী দি ভালদৰে মিহলাই লওক।

৪)এই পেষ্টটো চুইচবৰ্ডত লগাই প্ৰায় ১০ মিনিটমান ৰাখিব।

৫)১০ মিনিটৰ পিছত চুইচবৰ্ডখন টুথব্ৰাছ বা চাফাই ব্ৰাছেৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে।

৬)তাৰ পাছত কাপোৰেৰে মচি দিব।


আপোনাৰ বৈদ্যুতিক চুইচবৰ্ড জিলিকিবলৈ আৰম্ভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ