--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তিনিটা পৰ্যায়ত হ'ব অসমৰ বিধানসভা নিৰ্বাচন৷ ২৭ মাৰ্চত হ'ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ৷ দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব৷ তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ মনোনয়নৰ তাৰিখ প্ৰথম পৰ্যায়ৰ বাবে ২মাৰ্চৰ দিনটো ধাৰ্য কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : ক’ভিত প্ৰট’কল মানি অনুষ্ঠিত হ’ব ৫ ৰাজ্যত নিৰ্বাচন

দ্বিতীয় পৰ্যায়ৰ বাবে ৫ মাৰ্চ আৰু তৃতীয় পৰ্যায়ৰ বাবে ১২মাৰ্চ ধাৰ্য কৰা হৈছে৷ ইপিনে ভোটগণনা কৰা হ'ব ২ মে'ত৷ অসমত এইবাৰ ৩৩,৫৩০টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব৷ আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ সংবাদমেলত এই কথা সদৰী কৰে৷ সংবাদমেলখনৰ সম্বোধন কৰিছিল মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰাই৷

আৰু পঢ়িব পাৰিব : শিৱসাগৰত নিৰ্মাণ হ’ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় : ঘোষণা হিমন্ত বিশ্বৰ

অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত হ'ব ২০২১ৰ নিৰ্বাচন৷ আৰু এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ