--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "তুমি নহ’লে এই চহৰত নুফুলে বগেনভিলিয়া"...বৰ্তমান আচুৰ্য বৰপাত্ৰৰ ফাগুন শীৰ্ষক এলবামটিৰ এটি গীত ৷ এই গীতটিৰ বাবে অসমত জনপ্ৰিয় হৈ পৰিছে এবিধ ফুল ৷ ৰাস্তাৰ দাঁতিত ডাল ভৰি ভৰি ফুলি থকা গুলপীয়া ৰঙৰ ফুলবোৰ আপুনি নিশ্চয় বহুবাৰ দেখিছে। এইয়া হৈছে ব’গেনভেলিয়া বা কাগজ ফুল ৷ 


যদিও এই ফুলবিধ প্ৰায় সকলোৰে বাগিচাত উপলব্ধ কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে চাগে বহু কম সংখ্যক লোকহে জানে ৷ এই ফুলবিধক সকলোৱে দেখিছে কিন্তু আচুৰ্য বৰপাত্ৰৰ গীতটিৰ বাবে বৰ্তমান হয়তো নতুন প্ৰজন্মৰ বাবে খুবেই বিশেষ হৈ পৰিছে এই ফুলবিধ তেন্তে পলম নকৰি আজি এই ফুলবিধৰ  উপকাৰিতা কি কি জানো আহক-

১) বহু সময়ত বতৰ পৰিৱৰ্তনৰ বাবে সকলোৰে চৰ্দি আৰু কাহৰ সমস্যা বাঢ়ি যায়। এনে পৰিস্থিতিত ব’গেইনভেলিয়া ফুল নিখুঁত প্ৰতিকাৰ। এই ফুল পানীত উতলাই খালে আপোনাৰ কাহ সম্পূৰ্ণৰূপে ভাল হয়। ইয়াৰ কফ ওলোৱা গুণ আছে।

২)ডায়েবেটিছ ৰোগীৰ বাবে ঔষধতকৈ কম নহয় এই ফুলৰ পাহি। এইফুলত চেনিৰ মাত্ৰা বজাই ৰাখিবলৈ সকলো গুণ আছে।

৩) আজিকালি বেছিভাগ মানুহৰে এচিডিটিৰ সমস্যা হয়। এনে পৰিস্থিতিত ব’গেইনভেলিয়াৰ ৰসে পেটৰ বিষৰ পৰা সকাহ পোৱাত বহুখিনি সহায় কৰে।

৪) এই ফুলবোৰ যিমান ধুনীয়া সিমানেই উপকাৰী। এইবোৰে শৰীৰৰ পৰা অশুদ্ধি আঁতৰাই শৰীৰক বিষমুক্ত কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়।

৫) প্ৰায়ে আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ গাঁঠিৰ বিষৰ লগত জড়িত বহু সমস্যা হয়। এনে পৰিস্থিতিত এই ফুল অতি সহায়ক বুলি প্ৰমাণিত হয়। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে গাঁঠিৰ বিষত অতি উপকাৰী।

৬) আজিৰ উত্তেজনাপূৰ্ণ আৰু মানসিক চাপৰ জীৱনত প্ৰায় সকলো বয়সৰ লোক ৰক্তচাপৰ ৰোগী হৈ পৰিছে। এই ব’গেনভেলিয়াৰ ৰসে ৰক্তচাপ নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ হ’ব পাৰে।


৭) এই ফুলৰ এটাই নহয় বহু উপকাৰ আছে। পানীত উতলাই খাব পাৰে বা ইয়াৰ ৰস বনাইও সেৱন কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ চাহ বনাইও উপকৃত হ’ব পাৰে, যিটো কলেষ্টেৰলৰ ওপৰত অতি ফলপ্ৰসূ।


Image Credits: Joystuti Bhuyan

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ