--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণে পুনৰ দ্ৰুততা লাভ কৰা দেখা গৈছে। বিগত ২৪ঘণ্টাত এই বছৰটোৰ ভিতৰতে সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। শুকুৰবাৰৰ দিনটোত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২৪,৮৮২।

আৰু পঢ়িব পাৰিব : শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান

বিগত ৮৩ দিনৰ ভিতৰত এয়া এদিনতে চিনাক্ত হোৱা সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত। বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে চিনাক্ত হোৱা সংক্ৰমিতৰ হাৰ ৭শতাংশ অধিক। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ১,১৩,৩৩,৭২৮লৈ বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত নিৰ্বাচনকেন্দ্ৰীক হিংসা ! প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ, মৃত্যু এজনৰ

যোৱা ২৪ ঘণ্টাত ১৪০জন আক্ৰান্তৰ মৃত্যু হৈছে। দেশত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৫৮,৪৪৬জনলৈ বৃদ্ধি পাইছে। টিকাকৰণ অভিযান চলি থকাৰ মাজতে দেশত আকস্মিকভাৱে ক’ভিড সংক্ৰমণ বৃদ্ধিৰ ঘটনা উদ্বেগৰ কাৰণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ