--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবেলি ভাৰতত আয়োজিত হৈছে এদিনীয়া বিশ্বকাপ৷১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত মেচখনত পাকিস্তানে শোচনীয়ভাৱে পৰাজয় বৰণ কৰে৷শেহতীয়াকৈ পুনৰ প্ৰেক্ষাপটত আহি পৰিছে ভাৰত-পাকিস্তানৰ প্ৰসংগ৷পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানী সংবাদ মাধ্যমক ভিছা প্ৰদান কৰাত পলম হোৱা আৰু আইচিচিৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ত অংশগ্ৰহণ কৰা পাকিস্তানী সমৰ্থকসকলৰ ভিছা পলিচি নথকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰে৷



অৱশ্যে হিন্দুস্তান টাইমছৰ এক খবৰ অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ সময়ত যেতিয়া পাকিস্তানী খেলুৱৈ মহম্মদ ৰিজৱান ওলাই আহি ড্ৰেছিং ৰুমলৈ উভতি আহিছিল, তেতিয়া ভাৰতীয় অনুৰাগীয়ে ‘জয় শ্ৰী ৰাম’ৰ শ্লোগান দিয়ে, যাৰ ভিডিঅ’ আছিল টুইটাৰত প্ৰকাশ কৰা হৈছে।

পিচিবিৰ অন্তৱৰ্তীকালীন পৰিচালনা সমিতিৰ অধ্যক্ষ জাকা আছৰফে সোমবাৰে চাইৰাছ ছাজ্জাদ কাজীক সাক্ষাৎ কৰি ভাৰতত অনুষ্ঠিত হৈ থকা বিশ্বকাপত অংশগ্ৰহণ কৰিব বিচৰা পাকিস্তানী অনুৰাগী আৰু সাংবাদিকসকলৰ বাবে ভিছা প্ৰদানৰ গতি লেহেমীয়া হোৱাৰ বাবে তেওঁৰ উদ্বেগ প্ৰকাশ কৰি আলোচনা কৰে৷

অধিবক্তাগৰাকীয়ে লগতে দাবী কৰিছিল যে ৰিজৱানে শ্ৰীলংকাৰ বিৰুদ্ধে লাভ কৰা জয়লাভত ইজৰাইল-হামাছ যুদ্ধৰ প্ৰসংগ উত্থাপন কৰি খেলৰ মহিমা ম্লান কৰা বুলি অভিহিত কৰে৷

এইখিনিতে এইটো কথা মন কৰিবলগীয়া যে এই অভিযোগকাৰীজন সেইজন ব্যক্তি যিয়ে দহ বছৰ পূৰ্বে পাকিস্তানৰ ক্ৰীড়া এংকৰ জৈনাব আব্বাছৰ বিৰুদ্ধে তেওঁৰ টুইটৰ ভিত্তিত এফআইআৰ দাখিল কৰিছিল। বিশ্বকাপৰ কভাৰেজৰ বাবে ভাৰতত উপস্থিত হোৱা জৈনাবে এই টুইটক লৈ সূত্ৰপাত হোৱা বিতৰ্কৰ মাজতে চলিত মাহৰ আৰম্ভণিতে স্বদেশলৈ উভতি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ