--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুক ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। 

উল্লেখযোগ্য যে ৩০ বছৰীয়া মীৰাবাঈ চানু অলিম্পিকত পদক বিজয়ী দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ টকিঅ' অলিম্পিক ২০২০ত মুঠ ২১০ কিলোগ্ৰাম ভাৰোত্তোলন বহন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে মীৰাবাঈ চানুৱে ২০১৮ আৰু ২০২২ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সোণৰ পদক লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ২০২২ চনত ৰূপৰ পদক লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত ৩ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মীৰাবাঈ চানুৱে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ