--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুছ আগ্ৰাসনত বিধ্বস্ত ইউক্ৰেইন। যুদ্ধবিধ্বস্ত দেশখনক লৈ নিৰ্মাণ কৰা হৈছে ছবি। নাম 'লাভ ইন ইউক্ৰেইন'। ছবিখনৰ প্ৰথমখন পোষ্টাৰ অলপতে উন্মোচন কৰা হৈছে। ছবিখন পৰিচালনা কৰিছে নিতিন কুমাৰ গুপ্তাই। এই চলচ্চিত্ৰখনৰ জৰিয়তে বলীউডে এজন নতুন নায়ক লাভ কৰিছে। অভিনেতাজনৰ নাম বিপিন কৌশিক। বিপিন কৌশিকৰ সৈতে অভিনয় কৰিব ৰাছিয়ান অভিনেত্ৰী লিজাবেটাই।

ছবিখনৰ যোগেদি এজন ভাৰতীয় ছাত্ৰ আৰু ৰাছিয়ান যুৱতীৰ প্ৰেম কাহিনীক দেখুৱালৈ নাট্যকাৰে চেষ্টা কৰিছে বুলি খবৰ ওলাইছে। ছবিখনৰ প্ৰযোজকে কয়, ‘বহু দিনৰ বিৰতিৰ অন্তত বলীউডত এনে এটা প্ৰেমৰ কাহিনী ৰূপালী পৰ্দাত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।’

ইফাল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি বৰ্ণনাতীত যদিও ছবিখনৰ যোগেদি ইউক্ৰেইনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক দিশটোকে তুলি ধৰিবলৈ চেষ্টা কৰা বুলি সদৰী কৰিছে ছবিখনৰ পৰিচালকে।

জানিবলৈ পোৱা মতে, ছবিখন ইউক্ৰেইনতো প্ৰদৰ্শিত হ’ব। ছবিখনৰ বাবে চলচ্চিত্ৰপ্ৰেমীয়ে ভৰিব নালাগে গাঁঠিৰ ধন। প্ৰযোজকৰ মতে, যুদ্ধবিধ্বস্ত ইউক্ৰেইনত ভালপোৱাৰ বীজ ছটিয়াই দিব এই ছবিখনে। ছবিখনে মুক্তিলাভ কৰিব ২৭ মে’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ