--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই যুদ্ধ অনুশীলন কাৰ্যসূচীত ভাৰতৰ উপৰি ফ্রান্স, জার্মানি আৰু আমেৰিকাৰ যুঁজাৰু বিমানেও ভাগ লয়।

ডিজিটেল ডেস্ক: ভাৰতীয় নৌ সেনাই ৪২খন যুঁজাৰু জাহাজ আৰু ২৯খন যুঁজাৰু বিমনেৰে বংগোপসাগৰত চলালে বৃহৎ যুদ্ধৰ অনুশীলন। 


'দ্য মিলন-২০২৬' কাৰ্যসূচীৰ অধীনত বিশাখাপট্টনমত ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত নৌ সেনাৰ যুদ্ধ অনুশীলন প্রক্রিয়া বুধবাৰে সমাপ্ত হয়। বিশাখাপট্টনমৰ উপকূলত ভাৰতৰ থলুৱা যুঁজাৰু বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্তত কার্যসূচীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়। 


এই যুদ্ধ অনুশীলন কাৰ্যসূচীত ভাৰতৰ উপৰি ফ্রান্স, জার্মানি আৰু আমেৰিকাৰ যুঁজাৰু বিমানেও ভাগ লয়। এই অনুশীলন কাৰ্যসূচীৰ মূল বিষয়বস্তু আছিল সামৰিক সহযোগিতা বৃদ্ধি। অনুশীলন কাৰ্যসূচীৰ লগত সংগতি ৰাখি দ্বিপাক্ষিক বৈঠক, আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্রও অনুষ্ঠিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ