--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই) প'লিং বুথ অনুযায়ী ভোটাৰৰ সংখ্যাৰ ডাটা ইয়াৰ ৱেবছাইটত আপল'ড কৰাৰ বাবে আৱেদনকাৰীয়ে জনোৱা আৱেদনত সন্মতি প্রকাশ কৰি উচ্চতম ন্যায়ালয়ত মঙলবাৰে ইয়াৰ মত দাখিল কৰে। 

উচ্চতম ন্যায়ালয়ে এই সন্দর্ভত আৱেদনকাৰীসকলক ১০ দিনৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকৰ মতামত দাখিল কৰিবলৈ নির্দেশ দিয়ে। গণতান্ত্রিক সংস্কাৰৰ বাবে ২০১৯ চনত টি এম চিৰ সাংসদ মহুৱা মৈত্ৰ আৰু এন জি অ' সংস্থাই দাখিল কৰা দুখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনৰে গঠিত পীঠখনে মঙলবাৰে এইদৰে কয়।

 উল্লেখযোগ্য যে পি আই এলখনত আৱেদন জনোৱা হৈছিল যে লোক সভা আৰু বিধানসভাৰ নির্বাচনত প'লিং বুথ অনুযায়ী ভোটাৰৰ সংখ্যা ৪৮ ঘণ্টাৰ ভিতৰত নিৰ্বাচন আয়োগে ইয়াৰ ৱেবছাইটত আপল'ড কৰিব লাগে।

উৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ