--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে অনলাইন প্ৰৱঞ্চনাৰ বিষয়ত নিজাববীয়াকৈ এটা গোচৰ তৰিছিল। এই বিষয়ৰ শুনানি লোৱাৰ সময়ত মঙলবাৰে উচ্চতম ন্যায়ালয়ক এই তথ্য অৱগত কৰে কেন্দ্ৰীয় চৰাকৰে।

ডিজিটেল ডেস্ক : 'ডিজিটেল এৰেষ্ট' কেলেংকাৰিৰ সৈতে জড়িত ৯৪০০টা হোৱাটছএপ একাউণ্ট চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা দেশত বন্ধ কৰি দিয়া হৈছে। 


টেলিকম নিয়ামক, সেৱা প্ৰদানকাৰী, ভাৰতীয় ৰিজার্ভবেংক, প্রযুক্তি প্রতিষ্ঠান আৰু চি বি আয়ে 'ডিজিটেল এৰেষ্ট'ৰ বৰ্ধিত সন্ত্ৰাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সময়তে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰে জড়িত ন সহস্রাধিক সামাজিক মাধ্যমৰ একাউণ্টক যোৱা ৪ মাহত নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 


উচ্চতম ন্যায়ালয়ে অনলাইন প্ৰৱঞ্চনাৰ বিষয়ত নিজাববীয়াকৈ এটা গোচৰ তৰিছিল। এই বিষয়ৰ শুনানি লোৱাৰ সময়ত মঙলবাৰে উচ্চতম ন্যায়ালয়ক এই তথ্য অৱগত কৰে কেন্দ্ৰীয় চৰাকৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ চাইবাৰ ক্রাইম সমন্বয়ক কেন্দ্রই এই বিষয়ত ব্যৱস্থা গ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ