--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ বাবে আর্টেমিছ প্ৰ'গ্ৰেম আৰম্ভ কৰাৰ সময়তে চীনো পিছ পৰি থকা নাই।

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধই যি সময়ত তৃতীয় বিশ্ব যুদ্ধৰ আশংকা ঘনীভূত কৰিছে, সেই সময়তে মহাকাশত শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰতো বিভিন্ন দেশে যেন শীতল যুদ্ধত জড়িত হৈ পৰিছে।


বিশেষকৈ চীন আৰু আমেৰিকাই চন্দ্ৰত আধিপত্য বিস্তাৰৰ বাবে মহাকাশ যুঁজত নামি পৰিছে। আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ বাবে আর্টেমিছ প্ৰ'গ্ৰেম আৰম্ভ কৰাৰ সময়তে চীনো পিছ পৰি থকা নাই। 


চীনে ২০৩০ চনত চন্দ্রলৈ মহাকাশচাৰী প্ৰেৰণৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভকৰিছে। ইতিমধ্যে চীনৰ মহাকাশ ২০২৮ গৱেষণা কেন্দ্ৰই চন্দ্ৰ অভিযানৰ বাবে বিভিন্ন পৰীক্ষাত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি প্রকাশ কৰিছে। চন্দ্ৰত মানৱ অৱতৰণৰ বাবে মুখ্য ৰকেট, মহাকাশযান আৰু লেণ্ডাৰৰ পৰীক্ষাত সফলতা লাভ কৰিছে দেশখনে। 


চন্দ্ৰলৈ মহাকাশচাৰী কঢ়িয়াই নিবলগা 'লং মার্চ-১০' ৰকেটত নিম্ন উচ্চতাৰ উৰণৰ পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ হৈছে। কম উচ্চতাত উৰণৰ এই পৰীক্ষণে ৰকেটৰ ইঞ্জিনৰ প্ৰদৰ্শন আৰু স্থিতিশীলতাৰ প্ৰমাণ স্পষ্ট কৰিছে। এই ৰকেটটোৱে মহাকাশচাৰীৰ সৈতে মহকাশযান খন আৰু লেণ্ডাৰখনক মহাকাশলৈ লৈ যাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ