--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৪ত ১৯
  • ২ লাখ, ২০২৩ত ১৩
  • ১ লাখ, ২০২২ত ৬
  • ৯ লাখ আৰু ২০২১ চনত ২
  • ৬ লাখটা চাইবাৰ অপৰাধ ভাৰতত সংঘটিত হয়।

ডিজিটেল ডেস্ক: চাইবাৰ অপৰাধৰ বলি হৈ দেশৰ নাগৰিকে কোটি কোটি টকা হেৰুৱাইছে। যোৱা ৫ বছৰত ৬৫.৯ লাখটা চাইবাৰ অপৰাধৰ ঘটনাত ভাৰতীয়ৰ ৫৫,৬৫৯ কোটি টকা সৰকাই নিছে অপৰাধী চক্রই। 


নেশ্যনেল চাইবাৰ অপৰাধ প'ৰ্টেলে প্রকাশ কৰা তথ্যৰ উদ্ধৃতি দি গৃহ মন্ত্র্যালয়ে এই উদ্বেগজনক খবৰ দিছে। ৰাজ্য সভাত বুধবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্রী বান্দী সঞ্জয় কুমাৰে কয় যে ২০২৫ চনত ২৪ লাখ চাইৱাৰ অপৰাধৰ অভিযোগ আহিছিল। 


২০২৪ত ১৯.২ লাখ, ২০২৩ত ১৩.১ লাখ, ২০২২ত ৬.৯ লাখ আৰু ২০২১ চনত ২.৬ লাখটা চাইবাৰ অপৰাধ ভাৰতত সংঘটিত হয়। আনহাতে, চাইবাৰ অপৰাধৰ বলি হৈ ভাৰতীয়ই ২০২৫ চনত ২২,৪৯৫ কোটি টকা আৰু ২০২৪৩ ২২,৮৪৮ কোটি টকা হেৰুৱায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ