--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ন্যায়ালয়ে বায়ুৰ মান ব্যৱস্থাপনা আয়োগক (চি এ কিউ এম) দুসপ্তাহৰ ভিতৰত বিশেষজ্ঞৰে বৈঠক অনুষ্ঠিত কৰি প্ৰদূষণৰ কাৰণসমূহ বিচাৰি উলিওৱাৰ বাবে নির্দেশ দিয়ে।

ডিজিটেল ডেস্ক : দিল্লীৰ বায়ু প্রদূষণ সন্দৰ্ভত চৰকাৰলৈ গুৰুত্বপূৰ্ণ নির্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভয়াৱহ প্রদূষণৰ সমস্যাৰ কাৰণসমূহ প্রথমে বিচাৰি উলিয়াবলৈ আৰু তাৰ পাছতহে সমাধানৰ চিন্তা কৰিবলৈ চৰকাৰৰ প্রতি ন্যায়ালয়ে পৰামৰ্শ আগবঢ়াইছে। 


দিল্লীৰ বায়ু প্ৰদূষণ সম্পর্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূর্যকান্তে কয় যে প্ৰদূষণৰ সন্দৰ্ভত ন্যায়ালয়ে 'ছুপাৰ বিশেষজ্ঞ'ৰ দৰে কথা নকয়, কিন্তু বিশেষজ্ঞসকলে এক স্বচ্ছ আৰু নির্দিষ্ট সময়ভিত্তিক প্ৰক্ৰিয়াৰে প্ৰদূষণৰ কাৰণসমূহ বিচাৰি উলিওৱাটো নিশ্চিত কৰিব লাগে। 


ন্যায়ালয়ে বায়ুৰ মান ব্যৱস্থাপনা আয়োগক (চি এ কিউ এম) দুসপ্তাহৰ ভিতৰত বিশেষজ্ঞৰে বৈঠক অনুষ্ঠিত কৰি প্ৰদূষণৰ কাৰণসমূহ বিচাৰি উলিওৱাৰ বাবে নির্দেশ দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ