--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইউৰোপ (ব্রিটেইন বাদ দি) আৰু এছিয়া মহাদেশত বিশেষকৈ ভাৰতত বিদেশী শিক্ষীৰ্থীৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: ২০২৫ চনৰ আগষ্টত আমেৰিকাৰ বিশ্ববিদ্যালয় সমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৪৫% হ্রাস পাইছে। আনহাতে, ভাৰতীয় 'গ্রেডুৱেট মেনেজমেন্ট' পাঠ্যক্ৰমবোৰত আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ সংখ্যা ২৫% বৃদ্ধি পাইছে। 

'গ্রেডুৱেট মেনেজমেন্ট' নামভৰ্তি পৰিষদৰ শেহতীয়া শ্বেতপত্রত এই তথ্য প্রকাশ পাইছে। ভাৰতীয় বিশ্ববিদ্যালয় সমূহলৈ বিদেশী শিক্ষীৰ্থীৰ আগমন বৃদ্ধি হোৱাটোৱে দেশৰ শিক্ষা-ব্যৱস্থা উন্নত হোৱাটো প্রতিফলিত কৰিছে। আনহাতে, বিদেশী শিক্ষার্থীৰ বাবে ভিছাৰ অনিশ্চয়তা, অধ্যয়নত ব্যয়বহুল মাচুল আদিৰ পৰিপ্ৰেক্ষিতত এছিয়া আৰু ইউৰোপীয় শিক্ষাৰ্থীৰ সংখ্যা আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহত হ্রাস পাবলৈ ধৰিছে। 

শ্বেতপত্ৰখনত প্রকাশিত তথ্য অনুসৰি, ইউৰোপ (ব্রিটেইন বাদ দি) আৰু এছিয়া মহাদেশত বিশেষকৈ ভাৰতত বিদেশী শিক্ষীৰ্থীৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছে। আনহাতে, ব্রিটেইন আৰু আমেৰিকাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লক্ষণীয়ভাৱে কমিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক