--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অনুষ্ঠানটোত প্রতিৰক্ষা বিভাগৰ মুৰব্বী (চি ডি এছ) জেনেৰেল অনিল চৌহান, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠীয়েও অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে বিশাখা পট্টনমত ভাৰতৰ অত্যাধুনিক যুঁজাৰু জাহাজ, 'আই এন এছ তাৰাগিৰি' আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তর্ভুক্ত কৰে।


অনুষ্ঠানটোত প্রতিৰক্ষা বিভাগৰ মুৰব্বী (চি ডি এছ) জেনেৰেল অনিল চৌহান, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠীয়েও অংশগ্ৰহণ কৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ সুৰক্ষা আৰু শক্তি বৃদ্ধিত নৌ সেনাত আই এন এছ তাৰাগিৰিৰ অন্তর্ভুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। 


নতুন যুঁজাৰু জাহাজখনৰ অন্তর্ভুক্তিয়ে ভাৰতীয় নৌ-সেনাৰ যুদ্ধ প্রস্তুতিতো সহায় কৰিব। ইফালে, 'আই-এন-এছ তাৰাগিৰি'ৰ মুকলিৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ পাৰমাণৱিক শক্তিসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন আই এন এছ অৰিধমানো নৌ সেনাত অন্তর্ভুক্ত কৰে। এইখন হৈছে ভাৰতৰ তৃতীয়খন পাৰমাণৱিক শক্তিসম্পন্ন বেলিস্টিক মিছাইল ছাবমেৰিন। 


ইয়াৰ পূৰ্বৰ এই সুবিধাযুক্ত ছাবমেৰিন দুখন হৈছে আই এন এছ অৰিহাণ্ট আৰু আই এন এছ আৰিঘাট। ছাবমেৰিনখন মুকলিৰ পাছতে ৰাজনাথ সিঙে 'এক্স'ত উল্লেখ কৰে যে অৰিধমান কেৱল শব্দ নহয়, ই এটা শক্তি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ