--°C
Loading...
Listen to Article
2 min read
80%
১৯ জুন ২০২২,  দেওবাৰ
 
১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। সংসাৰত শুভ।

২. বৃষ ৰাশি -বন্ধুৰ সৈতে সংঘাত।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ। প্ৰেমত জটিলতা।

৩. মিথুন ৰাশি-  ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ৷ বন্ধুৰ সৈতে সংগ উপভোগ।

৪. কৰ্কট ৰাশি -শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব। বিদ্যাত শুভ।

৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব। প্ৰেমত শান্তি।

৬. কন্যা ৰাশি - ধন কমিব৷  মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা। ভ্ৰমণত বাধা।

৭. তুলা ৰাশি - ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ। পিতৃৰ মৰম লাভ।

৮. বৃশ্চিক ৰাশি - আপোনজনক লগ পাব। মনৰ আশা পূৰণ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। পিতৃ-মাতৃক লৈ চিন্তা। 

৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অশুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। দাঁতৰ বিষ হ'ব। পেটৰ বিষ আঁতৰিব।

১০. মকৰ ৰাশি- বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত মৰম বৃদ্ধি।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সন্মান বাঢ়িব৷ সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত শুভ ফল।

১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব৷ সজাগ নহ'লে সামান্য মনৰ উদ্বিগ্নতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত সন্দেহ দূৰ হ'ব। মাতৃস্থান শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন