--°C
Loading...
Listen to Article
2 min read
80%


আজিৰ দিনটো কেনে যাব জানিব বিচাৰেনে? এতিয়াই চাওক ৰাশিফল

২১ জুলাই, বৃহস্পতিবাৰ, ২০২২

মেষ- মানসিক অস্থিৰতা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত সংকট আহিব পাৰে। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হওঁক। 

বৃষ – অত্যাধিক কাম কৰি ভাগৰি পৰিব পাৰে। স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন। আত্মীয়ৰ পৰা কিছু ইতিবাচক খবৰ আহিব পাৰে। 

মিথুন – প্ৰিয়জনৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা । কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। 

কৰ্কট – কিছুমান অমীমাংসিত কামৰ বিষয়ত অগ্ৰগতিৰ সম্ভাৱনা। পৰিয়ালৰ উন্নতি হ’ব। ঘৰলৈ ধন আহিব। কামত জোৰ থাকিব।

সিংহ- পৰিয়ালত এক অতি প্ৰয়োজনীয় পৰিৱৰ্তন হ’ব।ব্যৱসায়ৰ বাবে আজিৰ দিনটো বেয়া।অশান্তি  বাঢ়িব। স্বাস্থ্য মধ্যম। 

কন্যা- মানসিক চাপ বাঢ়িব। কাৰ্যালয়ত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সুখী হ’ব। আলহী আহিব।

তুলা- বিবাহৰ প্ৰস্তাৱ আহিব।  সামাজিক কামৰ হেঁচা বাঢ়িব। ব্যয় বৃদ্ধি হ’ব। নতুন পৰিকল্পনা সম্পাদন কৰিবলৈ ভাল দিন। প্ৰেমত শুভ।

বৃশ্চিক – ৰোগৰ পৰা আৰোগ্য হ’ব। স্বাৰ্থপৰৰ পৰা আঁতৰি থকাটো বুদ্ধিমান হ’ব। সংসাৰত কিছু ভুল বুজা বুজি হ’ব পাৰে। প্ৰেমত শুভ।

ধনু- কাৰ্যক্ষেত্ৰত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য ভালে থাকিব।বন্ধুৰ সৈতে মিলন হ’ব। সংসাৰত শুভ। 

মকৰ -সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব বাঢ়িব। শৰীৰ-মন সুন্দৰ। বিবাহৰ যোগ।

কুম্ভ- শিক্ষাৰ্থীসকলে ফলাফল আশা কৰিব পাৰে। নিজৰ দক্ষতাত লাভৰ পৰিমাণ অলপ বৃদ্ধি কৰিব পাৰি। ঘৰুৱা কামত মনোযোগ দিয়ক। ব্যৱসায়ীসকলৰ অৰ্থনৈতিক দিশটো ভাল। 

মীন- কৰ্মজগতত, উচ্চপদস্থ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব। অতিৰিক্ত চাপ লোৱাৰ কোনো প্ৰয়োজন নাই। ৰাজনৈতিক দিশত লাভালাভ। পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement