--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংস্থা, নাছাই সতর্কবাণী জাৰি কৰি কয় যে পৃথিৱীৰ দিশলৈ অন্য এটা বৃহৎ গ্রহাণু অগ্ৰসৰ হৈছে। গ্রহাণু ২০১৪ টি এন ১৭ পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৭৭,২৪২ কিল'মিটাৰ বেগত অগ্ৰসৰ হৈছে বুলি মহাকাশ সংস্থাটোৱে সতৰ্ক কৰি দিছে। 

ভাৰতৰ তাজমহলৰ প্ৰায় দুগুণ আকৃতিৰ ৫৪০ ফুটৰ এই বিশাল মহাকাশৰ গ্ৰহাণুটো পৃথিৱীৰ দিশে আহি আছে আৰু এইটোক সম্ভাব্য বিপজ্জনক গ্রহাণু হিচাপে শ্রেণীবদ্ধ কৰা হৈছে। এই বিশাল গ্রহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি নাছাই আশংকা কৰিছে।

এই গ্রহাণুৱে পৃথিৱীৰ দিশলৈ অন্য এটা বৃহৎ গ্রহাণু অগ্ৰসৰ হৈছে। গ্রহাণু ২০১৪ টি এন ১৭ পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৭৭,২৪২ কিল'মিটাৰ বেগত অগ্ৰসৰ হৈছে বুলি মহাকাশ সংস্থাটোৱে সতৰ্ক কৰি দিছে। ভাৰতৰ তাজমহলৰ প্ৰায় দুগুণ আকৃতিৰ ৫৪০ ফুটৰ এই বিশাল মহাকাশৰ গ্ৰহাণুটো পৃথিৱীৰ দিশে আহি আছে আৰু এইটোক সম্ভাব্য বিপজ্জনক গ্রহাণু হিচাপে শ্রেণীবদ্ধ কৰা হৈছে। 

এই বিশাল গ্রহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি নাছাই আশংকা কৰিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ