--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে  কাৰাগাৰৰ পৰাই নিৰ্বাচনত যুঁজিব৷ আজি শিৱসাগৰ আৰু মৰিয়নীত মনোনয়ন পত্ৰ দাখিল কৰিব৷ অখিল গগৈৰ হৈ মনোনয়ন দিব ৰাইজৰ দলৰ কৰ্মকৰ্তাই৷

আৰু পঢ়িব পাৰিব : বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা


উল্লেখ্য যে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আজি জিএমচিএইচত শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে শপত গ্ৰহণ কৰিব অখিল গগৈয়ে। 

আৰু পঢ়িব পাৰিব : নিউয়ৰ্কত প্ৰিয়ংকাই মুকলি কৰে ভাৰতীয় ৰেষ্টুৰেণ্ট ‘ছ’না’

ইপিনে শিৱসাগৰত অখিল গগৈৰ মনোনয়ন প্ৰদানত উপস্থিত থাকিব ৰাইজৰ দল আৰু কৃষক মুক্তিৰ বহু কৰ্মী৷ শিৱসাগৰৰ উপৰি গগৈয়ে মৰিয়নী সমষ্টিতো প্ৰতিদ্বন্দ্বিতা কৰিব৷ তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা হ'ব কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ