--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সম্মুখত বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰীয় দলৰ শীৰ্ষ নেতাবৰ্গ৷ চলিত মাহতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ৷

আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

অহা ২২ ফেব্ৰুৱাৰীত চিলাপথাৰৰ কুলাজানত বৃহৎ জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইয়াৰ উপৰি ১৮ ফেব্ৰুৱাৰীত মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভণি কৰিব মাজুলী-যোৰহাট দলঙৰ৷

আৰু পঢ়িব পাৰিব : প্ৰেমৰ দিনটোতে এচিড আক্ৰমণৰ বলি ডিব্ৰুগড়ৰ যুৱতী…

ইপিনে ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷ বটদ্ৰৱা থান দৰ্শন কৰিব অমিত শ্বাহে৷ অভিলাষী বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি এক বিশাল ৰাজহুৱা সভাতো ভাষণ দিব অমিত শ্বাহে৷ ইতিমধ্যে বিজেপিৰ নিৰ্বাচনী ৰণদংকা বজাবৰ বাবে ইখনৰ পাছত সিখনকৈ জনসভাত অংশ লৈছে দুয়োগৰাকী শীৰ্ষনেতাই৷ ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীয়েও ব্যাপক প্ৰস্তুতি চলাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ