--°C
Loading...
Listen to Article
2 min read
80%

জোনাইঃ বিজেপিত যোগদান গণশক্তিৰ নেতা তথা জোনাইৰ বিধায়ক ভূবন পেগুৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে জোনাইৰ বিধায়ক গৰাকীয়ে।

আৰু পঢ়িব পাৰিব : টিউটৰিয়েল হিচাপে নিযুক্তি পোৱা শিক্ষকৰ আত্মহত্যা…

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দললৈ আদৰণী জনায় বিধায়ক ভূবন পেগুক। NSUIৰো কেইবাগৰাকী প্ৰাক্তন সদস্যই যোগদান কৰে বিজেপিত।প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতায়ো যোগদান কৰে বিজেপিত। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী শৰৎ শইকীয়াৰ জীয়ৰী ৰস্মিতা শইকীয়াই বিজেপিত যোগদান কৰে।

আৰু পঢ়িব পাৰিব : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

বাঙালী সংগঠনৰো বহু কেইগৰাকী নেতাই যোগদান কৰে বিজেপিত। বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়েও আজি যোগদান কৰে বিজেপিত। সভাপতি ৰঞ্জিত দাসৰ লগতে অনুষ্ঠানত উপস্থিত আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ভূৱনেশ্বৰ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ৰনোজ পেগু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ