--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ বিশাল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সোমবাৰে অনুষ্ঠিত হয়৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এই সভাত  বহুতো ব্যৱসায়িক পৰিকল্পনা প্ৰকাশ কৰে। মুকেশ আম্বানীয়ে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক কোম্পানীৰ কমাণ্ড দিয়াৰ দুমাহ পিছতে ৰিলায়েন্স জিঅ' ইনফোকমৰ অধ্যক্ষপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে সোমবাৰে দেশৰ সৰ্ববৃহৎ কোম্পানীটোৰ একত্ৰীকৰণ পৰিকল্পনা ঘোষণা কৰিছিল।আনকি তিনি সন্তানৰ মাজত ব্যৱসায়ীক সাম্ৰাজ্য ভগোৱাৰ পৰিকল্পনাও কৰিছে আম্বানীয়ে। 
 

ভাৰতৰ প্ৰবীণ ব্যৱসায়ী মুকেশ আম্বানীয়ে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক ৰিলায়েন্স জিঅ' ইনফোকম হস্তান্তৰ কৰিছে। ৬৫ বছৰীয়া মুকেশ আম্বানীয়ে তেওঁৰ কন্যা ঈশাক খুচুৰা ব্যৱসায়ৰ দিছে৷ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীকো কিছু দ্বায়িত্ব  দিয়া হৈছে। 


মুকেশ আম্বানীয়ে মুকলিকৈ প্ৰকাশ কৰিছে যে, তেওঁৰ তিনিটা সন্তানৰ মাজত ধীৰুভাই আম্বানীৰ দৰেই  মানসিকতা গঢ় লৈ উঠিছে ৷ 
তেওঁলোক  তিনিওজনে একেলগে ৰিলায়েন্সৰ সফলতাৰ ক্ষেত্ৰত আন এক  অধ্যায় সংযোগ কৰাৰ দিশে  আগবাঢ়িছে।  তদুপৰি মুকেশ আম্বানীয়ে  অহা পাঁচ  বছৰত ৰিলায়েন্সৰ বজাৰ মূল্য ১৭.৫  লাখ কোটিৰ পৰা ৩৬ লাখ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ