--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ সমীপত বিস্ফোৰকভৰ্তি গাড়ী ৰখাৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই মহাৰাষ্ট্ৰ আৰক্ষীৰ সহকাৰী পৰিদৰ্শক এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ লোকজনক শচীন ৱাজে বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ

মুম্বাইত থকা নিয়াৰ কাৰ্যালয়ত ১২ঘণ্টাৰো অধিক সময় জেৰা কৰাৰ পাছত তেওঁক কালি নিশাই গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় সংস্থাটোৱে। আজি পুৱা পুনৰ তেওঁক জেৰাৰ বাবে নিয়াৰ কাৰ্যালয়লৈ অনা হয়। উল্লেখ্য যে, সন্ত্ৰাসবাদ সম্পৰ্কীয় দুটা গোচৰৰ সৈতে সম্পৰ্ক থকাৰ এণ্টি টেৰ’ৰিজম স্কোৱাড চমুকৈ এটিএছেও তেওঁৰ ওপৰত তদন্ত চলাই আছে।

আৰু পঢ়িব পাৰিব : অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

ইফালে শিৱসেনাই ৱাজৰ হৈ মাত মাতিছে। শিৱসেনাক মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউতে কয় এই ঘটনাৰ তদন্তত নিয়া জড়িত হোৱাৰ কোনো প্ৰয়োজন নাছিল। উল্লেখ্য যে, মুকেশ আম্বানীৰ ঘৰৰ সমীপত বিস্ফোৰকৰ সৈতে উদ্ধাৰ হোৱা গাড়ীখনত প্ৰখ্যাত উদ্যোগপতিগৰাকীক ভাবুকি দিয়া এখন পত্ৰও উদ্ধাৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ