--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’না মহামাৰীৰ পুনৰ সংক্ৰমণে আতংকিত কৰিছে দেশবাসীক৷ বিগত তিনিমাহৰ ভিতৰত সোমবাৰৰ পুৱালৈকে সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৬,২৯১টা নতুন ঘটনা ধৰা পৰিছে দেশত৷

আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত

যোৱা ৮৫ দিনৰ ভিতৰত আক্ৰান্তৰ সংখ্যা এয়াই সৰ্বাধিক এটা দিনৰ ভিতৰত৷ আজি পুৱা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ১১৮জনৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে সৰ্বমুঠ ১,৫৮,৭২৫ জনৰ ক'ভিড-১৯ ৰোগত মৃত্যু হৈছে৷ চিকিৎসাধীন হৈ আছে ২,১৯,২৬২ জন৷

আৰু পঢ়িব পাৰিব : লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ

ইপিনে কেইবাখনো চহৰত ক'ভিডৰ পুনঃসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাপ্তাহিক আৰু সপ্তহান্তিক লকডাউন ঘোষণা কৰিছে৷ ক'ভিডৰ টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে যদিও এই ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে জনসাধাৰণ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ