--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত আমেৰিকাৰ "ফাৰ্ষ্ট লেডী" আছিল। এইবাৰ ৰাষ্ট্ৰপতিত্বৰ দৌৰত নামিব নেকি মিচেল ওবামা? প্ৰশ্নটো উত্থাপন হৈছে কাৰণ ডেম’ক্ৰেটৰ আভ্যন্তৰীণ সমীক্ষাত তেওঁ আছিল প্ৰথম পছন্দ। মিচেলে বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনক আউটস্ক’ৰ কৰে। তাৰ পিছতে আৰম্ভ হ’ল নতুন জল্পনা-কল্পনা।

ৰাছমুচেন ৰিপৰ্ট- ইয়াৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ ‘অনুমোদন ৰেটিং’ দৈনিক জনা যায়। একেটা সমীক্ষাতে প্ৰকাশ পাইছে যে ডেম’ক্ৰেটৰ প্ৰায় আধা সংখ্যকে ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনৰ সলনি আন এখন মুখ চাব বিচাৰে। সমীক্ষা অনুসৰি প্ৰায় ৪৮ শতাংশ ডেম’ক্ৰেটে নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে বাইডেনৰ বাহিৰে আন প্ৰাৰ্থীক দেখাটো পছন্দ কৰিব বুলি কয়। আনহাতে, ৩৮ শতাংশ ডেম’ক্ৰেটে বাইডেনক সমৰ্থন কৰিছে।

৪৮ শতাংশ ডেম’ক্ৰেটে বাইডেনৰ ওপৰত আন কোনোবাই দৌৰি থকা দেখিব বিচাৰে। সমীক্ষাত তেওঁলোকক সোধা হৈছিল যে তেওঁলোকে বাইডেনৰ সলনি কাক চাব বিচাৰে? ডেম’ক্ৰেটিক দলৰ সৰ্বাধিক ২০ শতাংশ ভোটাৰে বাইডেনৰ ঠাইত মিচেলক প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ