--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনটোও ৰোগৰ কেন্দ্ৰ

ডিজিটেল ডেস্ক : দৈনন্দিন মানুহ আজিকালি ভিন্ন বেমাৰৰ সৈতে জৰ্জৰিত। তাৰে কিছু মান বেমাৰৰ ৰহস্য উলিওৱাটো বৰ কঠিন । দৈনন্দিন জীৱনৰ বেমাৰৰ সৈতে আমি চিনাকি কিন্তু এনেকুৱা কিছুমান বেমাৰ যি আমাৰ দৈনন্দিন কাম কাজৰ পৰাও হ'ব পাৰে ।


আমেৰিকাৰ ব’ৰ্ড প্ৰমাণিত এম ডি অংক’লজিষ্ট ডাঃ ৰবি গুপ্তাই বুজাইছে যে আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনটোও ৰোগৰ কেন্দ্ৰ। আচলতে এটিএমৰ পৰা নগদ ধন পোৱাৰ পিছত মেচিনৰ পৰা ৰচিদ ওলায়, যাৰ ফলত ৰোগ বিয়পিব পৰে। এতিয়া কথা হ'ল ইয়াৰ কাৰণ কি আৰু ইয়াৰ প্ৰতিকাৰ কেনেধৰণৰ ?


ডাঃ ৰবিয়ে জনোৱা মতে, এটিএমৰ পৰা পোৱা নগদ ধনৰ ৰচিদ কেৱল এক ধৰণৰ চিয়াঁহীৰ সহায়তেই ছপা কৰা হয়। আৰু এই চিয়াঁহী প্লাষ্টিকৰ। ইয়াত সেই একেটা প্লাষ্টিক থাকে যাৰ পৰা শীতল পানীয়ৰ বটল তৈয়াৰ কৰা হয়। তেওঁ জনায় যে এই কাগজখনক কেৱল এখন কাগজ বুলি গণ্য কৰাটো শুদ্ধ নহ’ব কাৰণ এই সাধাৰণ দেখা কাগজখনত আমাৰ শৰীৰৰ হৰম’নবোৰক বিঘ্নিত কৰা অদৃশ্য অণু সংলগ্ন হৈ থাকে। ইয়াৰ বাবে পুৰুষেও বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে ।


ইয়াৰ পৰা মানুহৰ অত্যন্ত ক্ষতি হব পাৰে যেনে এই প্লাষ্টিক জাতীয় ৰেপাৰ ৰ পৰা বন্ধ্যাকৰণৰ দৰে জটিল সমস্যাৰ সম্মুখীন হব পাৰে আৰু ভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ৰ দৰে জটিল সমস্যাৰ সম্মুখীন ইয়াৰ পৰাই হ'ব পাৰে । বহু বাৰ এনে ৰেপাৰ স্পৰ্শ কৰাৰ পাছত খুৱ কম মানুহে হাত পানীৰে ধুৱে। হাত ভাল দৰে নুধোৱাৰ ফলত পেপাৰত থকা ইংকে দেহৰ ভিন্ন অংগক প্ৰভাৱিত কৰিব পাৰে । লগতে ই দেহৰ কিছু অংগ ধ্বংস কৰাৰো গুৰুতত্বপূৰ্ন কাৰক ।



এটিএম ৰ পৰা ওলোৱা এই ইংকৰ পেপাৰ সাধাৰণ পেপাৰ নহয় । ই থাৰ্মেল ইংক হয় যিটো কেমিকেল ৰ জৰিয়তে বনোৱা হয় । ইয়াক কেমিকেল ইংক পেপাৰ বুলিও কোৱা হয় যত Leuco dyes আৰু developer's ৰ দৰে কেমিকেল উপলব্ধ। এই কেমিকেল পেপাৰৰ সৈতে একেলগে কাম কৰে আৰু পেপাৰত ইয়াৰ ৰং কলা বা নীলা আহে। এই কেমিকেল ক BPA আৰু BPS যুক্ত বুলি জনা যায়।


উল্লেখ্য যে এনে ধৰণৰ ৰচিত বেছি সময়লৈকে আপোনাৰ ওচৰত ৰখাটো উচিত নহয় লগতে সন্তানক ইয়াৰ লগত খেলিবলৈ দিয়াটো অনুচিত । যদি আপুনি পেপাৰখন ব্যৱহাৰ কৰিছে তেন্তে হৈ যোৱাৰ পাছত শীঘ্ৰে নিজৰ হাতখন পৰিষ্কাৰ কৈ ধুৱ। খোৱাৰ আগত ইয়াক স্পৰ্শ কৰাৰ পৰা বিৰত থাকক । পেপাৰ খন ব্যৱহাৰ পাছত বহু দিনলৈ নিজৰ লগত নাৰাখি প্ৰয়োজন শেষ হোৱাৰ পাছত পেলাই দিয়াটো উচিত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি