--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল৷ আজি প্ৰিয়ংকাই অসমৰ ৩খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল৷ পূব গোৱালপাৰা, গোলকগঞ্জ, সৰুক্ষেত্ৰীত আছিল নিৰ্বাচনী প্ৰচাৰ সভা৷

আৰু পঢ়িব পাৰিব : অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই যুৱক

ক'ভিড পৰিস্থিতিৰ বাবে অন্তিম মুহূৰ্তত বাতিল হয় প্ৰিয়ংকাৰ অসম ভ্ৰমণ৷ প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰা আক্ৰান্ত হৈছে ক’ভিডত৷ ইয়াৰ পাছৰে পৰা সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শমৰ্মে কোৱাৰেণ্টাইনত আছে প্ৰিয়ংকা গান্ধী৷ প্ৰিয়ংকাই ক'ভিড পৰীক্ষা কৰোঁৱাই যদিও তেওঁ ক’ভিড আক্ৰান্ত হোৱা নাই বুলি টুইটযোগে জনায়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : ধ্বংসস্তূপত আবদ্ধ কিছু পৰিয়াল!

ক'ভিড পৰিস্থিতিৰ বাবে অন্তিম মুহূৰ্তত বাতিল হয় প্ৰিয়ংকাৰ অসম ভ্ৰমণ৷ প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰা আক্ৰান্ত হৈছে ক’ভিডত৷ ইয়াৰ পাছৰে পৰা সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শমৰ্মে কোৱাৰেণ্টাইনত আছে প্ৰিয়ংকা গান্ধী৷ প্ৰিয়ংকাই ক'ভিড পৰীক্ষা কৰোঁৱাই যদিও তেওঁ ক’ভিড আক্ৰান্ত হোৱা নাই বুলি টুইটযোগে জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ