--°C
Loading...
Listen to Article
2 min read
80%

ওদালগুৰি : ওদালগুৰিত বৃহস্পতিবাৰে সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনা৷ বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ কৰে ইউপিপিএলৰ সমৰ্থকে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই বিপিএফৰ পোলিং এজেন্ট অমল দাসক আক্ৰমণ কৰে ললিত স্বৰ্গীয়াৰীয়ে।

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !

জানিব পৰা মতে ললিত ইউপিপিএলৰ সমৰ্থক আৰু এনডিএফবিৰ সদস্য। ললিতে ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ গাড়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত এই সংঘাতৰ সৃষ্টি হয়।

আৰু পঢ়িব পাৰিব : হ্ৰাস হ’ল এলপিজি চিলিণ্ডাৰৰ মূল্য ! আজিৰে নতুন নিৰিখ

এই ঘটনাৰ পাছতে ললিতৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে বিপিএফৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰিহণ দৈমাৰীয়ে। তদুপৰি কানু গয়াৰীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে ৰিহণ দৈমাৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ